- নিম্ন লিখিত নথি সমুহৰ প্ৰত্যায়িত নকল আবেদন পত্ৰৰ লগত দাখিল কৰিব লাগিব।
- মূল নথি সমূহ এডমিচনৰ সময়ত দাখিল কৰিব লাগিব।
(১) জন্মৰ প্ৰমাণ পত্ৰ / বয়সৰ প্ৰমাণ পত্ৰ
(২) উৰ্ত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ
(৩) অৱতীৰ্ণ হোৱা পৰীক্ষাৰ নম্বৰ তালিকা
(৪) অন্তিম বিদ্যালয়/মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষৰ পৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ।
(৫) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
(৬) জাতিৰ প্ৰমাণ পত্ৰ(অনুসূচীত জাতি/ জনজাতি/অ’ বি.চি.,এম.অ’ বি.চি. শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে)
(৭)প্ ৰব্ৰজনৰ প্ৰমাণ পত্ৰ
(৮) দুখন পাৰ পত্ৰ আকৰৰ ফটো
(৯) মেডিকেল ফিটনেচ চাৰ্টিফিকেট
(১০) পিতৃ / অভিভাৱকৰ আয়ৰ প্ৰমাণ পত্ৰ
মাচুলঃ-
নতুন এডমিচনৰ মাচুল
- যিহেতু অনুস্থাখন এখন চৰকাৰী মহাবিদ্যালয়, এডমিচনৰ মাচুল খুব কম হব।
- সঠিক পৰিমাণটো(কৰ্ত্তৃপক্ষই / চৰকাৰে)স্থিৰ কৰাৰ পিছত সময় মতে জনোৱা হব।
পুনৰ্নবীকৰণৰ মাচুল
- পুনৰ্নবীকৰণৰ মাচুলো খুব কম।
- সঠিক পৰিমাণটো(কৰ্ত্তৃপক্ষই / চৰকাৰে)স্থিৰ কৰাৰ পিছত সময় মতে জনোৱা হব।
বিশ্ববিদ্যালয়ৰ পঞ্জীয়নৰ মাচুল
- বিশ্ববিদ্যালয়ে স্থিৰ কৰা মতে(সবিশেষ জানিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেব চাইট চাব পাৰে)।
পৰীক্ষাৰ মাচুল
- বিশ্ববিদ্যালয়ে স্থিৰ কৰা মতে।