মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

গুবাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন

  • গুবাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ছাত্ৰসকলৰ পঞ্জীয়নঃ-

    • উপযুক্ত সময়ত ছাত্ৰসকলক গুৱাহাটী বিশ্ববিদ্যালয়ত পঞ্জীয়নভূক্ত হবলৈ আবেদন পত্ৰ দিয়া হব।
    • ভৰ্ত্তি কৰা আবেদন পত্ৰ সমুহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ঠিক-ঠাক কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত দাখিলৰ বাবে GCAC ৰ কাৰ্য্যালয়ত জমা কৰিব লাগিব।