মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

পৰীক্ষাসমূহ

    • ১ ম আৰু ৩ য় বৰ্ষৰ বাৰ্ষিক পৰীক্ষা চাৰু কাৰু মহাবিদ্যালয়ে পাতিব।
    • বাকী বিলাক পৰীক্ষা, অৰ্থাত্
      1. ২ য় বৰ্ষ (প্ৰাৰম্ভিক)
      2. ৪ ৰ্থ বৰ্ষ (বি.এফ.এ ১ ম খণ্ড) আৰু
      3. ৫ ম বৰ্ষ(বি.এফ.এ ২ য় খণ্ড) ৰ পৰীক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ে পাতিব।
    • মহাবিদ্যালয়ে পতা পৰীক্ষা সমূহত উত্তীৰ্ণ হলে ছাত্ৰসকলে প্ৰায়োগিক পৰীক্ষাত নিম্নতম ৪০ % আৰু থিয়ৰিৰ পৰীক্ষাত (ক'লা শিল্পৰ বুৰঞ্জী) নিম্নতম ৩০% নম্বৰ পাব লাগিব।