মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

পাঠ্য তালিকা

  • সুকুমাৰ কলাত স্নাতক - সময় ৫ বছৰ

    এই পাঠ্যক্ৰম দুই বছৰ প্ৰাৰম্ভিক আৰু তিনি বছৰ বিশেষজ্ঞ।

    প্ৰাৰম্ভিক পাঠ্যক্ৰম (১ ম আৰু ২ য় বৰ্ষ)- মুঠ নম্বৰ - ১০০০

    প্ৰায়োগিকৰ নম্বৰঃ ৭০০

    • চিত্ৰ শিল্প, গ্ৰাফিক, ভাস্কৰ্য্য, প্ৰায়োগিক ক’লা আৰু কাৰু শিল্প, প্ৰাৰম্ভিক স্তৰত বাধ্যতামূলক
    • প্ৰায়োগিকৰ ভিতৰত থাকিব,-প্ৰকৃতি অধ্যয়ণ, ঘৰৰ বাহিৰৰ অধ্যয়ণ আৰু স্কেটচ, স্থিৰ জীৱন, কাৰুশিল্প আৰু ডিজাইন, কাঠত প্ৰিন্ট মেকিং আৰু লাইনোকাট, বোকা-মাটিৰে মূৰ্ত্তি সজা, আখৰৰ অনুশীলন আৰু টাইপোগ্ৰাফী ইত্যাদি।

    থিয়ৰীঃ নম্বৰ ৩০০

    • প্ৰশ্ন কাকত ১ - দৃশ্যমান ক’লাৰ গঢ়গতি আৰু প্ৰাথমিক স্তৰৰ ভাৰতীয় ভাস্কৰ্য্য
    • প্ৰশ্ন কাকত ২ - প্ৰাগৈতিহাসিক ক’লা আৰু পুৰনি পৃথিৱী
    • প্ৰশ্ন কাকত ৩- ইংৰাজী বা সংস্কৃত ভাষা বা এম.আই.এল.

    বিশেষজ্ঞ পাঠ্যক্ৰমঃ-

    নিম্ন লিখিত যিকোনো এটা বিষয়ত বিশেষজ্ঞ পাঠ্যক্ৰম লব পাৰেঃ- চিত্ৰশিল্প, ভাস্কৰ্য্য, গ্ৰাফিকচ(প্ৰিন্ট মেকিং) আৰু প্ৰায়োগিক ক’লা।

    খণ্ড- ১ - মুঠ নম্বৰঃ-১০০০

    থিয়ৰি- (সকলো শাখাৰ বাবে)

    • প্ৰশ্ন কাকত ১ - পশ্চিমীয়া ক’লা (বাইজেনটাইনৰ পৰা প্ৰাক নৱজাগৰণলৈ)-১০০ নম্বৰ
    • প্ৰশ্ন কাকত ২ - সুদূৰ প্ৰাচ্য ক’লা শিল্প (চীন আৰু জাপান)-১০০ নম্বৰ
    • প্ৰশ্ন কাকত ৩ — ভাৰতীয় ক’লা শিল্প(গুপ্ত যুগৰ পিছৰ পৰা বৃটিচৰ আগমনলৈকে)-১০০ নম্বৰ

    প্ৰায়োগিকঃ-

    • আন্তঃমূল্যায়ণ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা-৭০০ নম্বৰ

    খণ্ড-২ - মুঠ নম্বৰঃ ৫০০

    থিয়ৰি- (সকলো শাখাৰ বাবে)
    • প্ৰশ্ন কাকত ১- পশ্চিমীয়া ক’লা (আধুনিক যুগ)-১০০ নম্বৰ 
    • প্ৰশ্ন কাকত ২-ভাৰতীয় ক’লা (আধুনিক যুগ)-১০০ নম্বৰ

    প্ৰায়োগিকঃ

    আন্তঃমূল্যায়ণ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা-৩০০ নম্বৰ

    সবিশেষ জানিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষণিক পৰিষদে অনুমোদন দিয়া ফেকাল্টি অৱ আৰ্টৰ সুকুমাৰ কলাৰ স্নাতক (বি.এফ.এ)পাঠ্যক্ৰমৰ নিয়ম আৰু বিনিয়ম