মহাবিদ্যালয়খনে পাচঁ বছৰীয়া(২+২+১)ক'লা শিল্পৰ ওপৰত সংযুক্ত পাঠ্যক্ৰম আগবঢ়াই সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী দিয়ে। পাঠ্যক্ৰমৰ প্ৰথম দুবছৰ হৈছে প্ৰাৰম্ভিক পাঠ্যক্ৰম আৰু পিছৰ ৩ বছৰ হৈছে(১ ম খণ্ড আৰু ২ য় খণ্ড) তলত উন্নেখ কৰা যিকোনো এটা বিষয়ত বিশেষজ্ঞৰ পাঠ্যক্ৰমঃ-
(১)চিত্ৰ ক'লা
(২) প্ৰায়োগিক ক'লা
(৩)ভাস্কৰ্য্য
(৪) গ্ৰাফিক আৰ্ট
এই বিষয়সমূহৰ লগত ভাষা বিষয়ক(এম.আই.এল/ইংৰাজী) আৰু কাৰু শিল্পৰ বুৰঞ্জী বিষয়টো ১ ম বৰ্ষৰ পৰা ৫ ম বৰ্ষলৈ বাধ্যতামূলক।