মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

কৰ্ম তালিকা আৰু দায়িত্ব

    • গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ এই মহাবিদ্যালয় খনে বি.এফ.এ পাঠ্যক্ৰম আগবঢ়াই।

মহাবিদ্যালয়খনে পাচঁ বছৰীয়া(২+২+১)ক'লা শিল্পৰ ওপৰত সংযুক্ত পাঠ্যক্ৰম আগবঢ়াই সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী দিয়ে। পাঠ্যক্ৰমৰ প্ৰথম দুবছৰ হৈছে প্ৰাৰম্ভিক পাঠ্যক্ৰম আৰু পিছৰ ৩ বছৰ হৈছে(১ ম খণ্ড আৰু ২ য় খণ্ড) তলত উন্নেখ কৰা যিকোনো এটা বিষয়ত বিশেষজ্ঞৰ পাঠ্যক্ৰমঃ-  

    (১)চিত্ৰ ক'লা
    (২) প্ৰায়োগিক ক'লা
    (৩)ভাস্কৰ্য্য
    (৪) গ্ৰাফিক আৰ্ট

এই বিষয়সমূহৰ লগত ভাষা বিষয়ক(এম.আই.এল/ইংৰাজী) আৰু কাৰু শিল্পৰ বুৰঞ্জী বিষয়টো ১ ম বৰ্ষৰ পৰা ৫ ম বৰ্ষলৈ বাধ্যতামূলক।

  • শিবিৰ/ কৰ্মশালা/ সভাৰ আয়োজন কৰা