সুকুমাৰ কলাত স্নাতক - সময় ৫ বছৰ
এই পাঠ্যক্ৰম দুই বছৰ প্ৰাৰম্ভিক আৰু তিনি বছৰ বিশেষজ্ঞ।
প্ৰাৰম্ভিক পাঠ্যক্ৰম (১ ম আৰু ২ য় বৰ্ষ)- মুঠ নম্বৰ - ১০০০
প্ৰায়োগিকৰ নম্বৰঃ ৭০০
- চিত্ৰ শিল্প, গ্ৰাফিক, ভাস্কৰ্য্য, প্ৰায়োগিক ক’লা আৰু কাৰু শিল্প, প্ৰাৰম্ভিক স্তৰত বাধ্যতামূলক
- প্ৰায়োগিকৰ ভিতৰত থাকিব,-প্ৰকৃতি অধ্যয়ণ, ঘৰৰ বাহিৰৰ অধ্যয়ণ আৰু স্কেটচ, স্থিৰ জীৱন, কাৰুশিল্প আৰু ডিজাইন, কাঠত প্ৰিন্ট মেকিং আৰু লাইনোকাট, বোকা-মাটিৰে মূৰ্ত্তি সজা, আখৰৰ অনুশীলন আৰু টাইপোগ্ৰাফী ইত্যাদি।
থিয়ৰীঃ নম্বৰ ৩০০
- প্ৰশ্ন কাকত ১ - দৃশ্যমান ক’লাৰ গঢ়গতি আৰু প্ৰাথমিক স্তৰৰ ভাৰতীয় ভাস্কৰ্য্য
- প্ৰশ্ন কাকত ২ - প্ৰাগৈতিহাসিক ক’লা আৰু পুৰনি পৃথিৱী
- প্ৰশ্ন কাকত ৩- ইংৰাজী বা সংস্কৃত ভাষা বা এম.আই.এল.
বিশেষজ্ঞ পাঠ্যক্ৰমঃ-
নিম্ন লিখিত যিকোনো এটা বিষয়ত বিশেষজ্ঞ পাঠ্যক্ৰম লব পাৰেঃ- চিত্ৰশিল্প, ভাস্কৰ্য্য, গ্ৰাফিকচ(প্ৰিন্ট মেকিং) আৰু প্ৰায়োগিক ক’লা।
খণ্ড- ১ - মুঠ নম্বৰঃ-১০০০
থিয়ৰি- (সকলো শাখাৰ বাবে)
- প্ৰশ্ন কাকত ১ - পশ্চিমীয়া ক’লা (বাইজেনটাইনৰ পৰা প্ৰাক নৱজাগৰণলৈ)-১০০ নম্বৰ
- প্ৰশ্ন কাকত ২ - সুদূৰ প্ৰাচ্য ক’লা শিল্প (চীন আৰু জাপান)-১০০ নম্বৰ
- প্ৰশ্ন কাকত ৩ — ভাৰতীয় ক’লা শিল্প(গুপ্ত যুগৰ পিছৰ পৰা বৃটিচৰ আগমনলৈকে)-১০০ নম্বৰ
প্ৰায়োগিকঃ-
- আন্তঃমূল্যায়ণ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা-৭০০ নম্বৰ
খণ্ড-২ - মুঠ নম্বৰঃ ৫০০
থিয়ৰি- (সকলো শাখাৰ বাবে)- প্ৰশ্ন কাকত ১- পশ্চিমীয়া ক’লা (আধুনিক যুগ)-১০০ নম্বৰ
- প্ৰশ্ন কাকত ২-ভাৰতীয় ক’লা (আধুনিক যুগ)-১০০ নম্বৰ
প্ৰায়োগিকঃ
আন্তঃমূল্যায়ণ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা-৩০০ নম্বৰ
সবিশেষ জানিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষণিক পৰিষদে অনুমোদন দিয়া ফেকাল্টি অৱ আৰ্টৰ সুকুমাৰ কলাৰ স্নাতক (বি.এফ.এ)পাঠ্যক্ৰমৰ নিয়ম আৰু বিনিয়ম