মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

কৰ্মশালা আৰু সভা

অনুস্থিত হোৱা প্ৰধান কৰ্মশালা শিবিৰ

  • ৰিজনেল প্ৰিন্ট মেকিং কেম্প(লিথোগ্ৰাফ)ঃ- ৪ ৰ পৰা ১৩ ডিচেম্বৰ,  ’০৪
  • ৰিজনেল গ্ৰাফিককেম্পঃ- ২২ ৰ পৰা ২৬ মাৰ্চ, ’১৩

সভা

  • সময়ে সময়ে বিশেষ সভা/বক্তৃতানুস্থান অনুস্থিত কৰা হয়।

হ'বলগীয়া সভা / কৰ্মশালাঃ-

  • চাৰু কাৰু কলা চৰকাৰী মহাবিদ্যালয়ৰ ভাস্কৰ্য্য বিভাগত ২০১৭ চনৰ অক্তোবৰ- ডিচেম্বৰ মাহত পৰীক্ষামূলক ভাৱে ধোক্ৰা / ধোক্ৰা সাঁচৰ ওপৰত এখন কৰ্মশালা অনুস্থিত হ’ব।
  • তাৰিখ ঠিক হোৱাৰ লগে লগে সঠিক সূচী আৰু বিশদ বিৱৰণ সমূহ ‘ আপলোড’ কৰা হ’ব।