মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

পৰীক্ষা আৰু ফলাফল

বাৰ্ষিক পৰীক্ষা

  • প্ৰথম বাৰ্ষিক আৰু তৃতীয় বাৰ্ষিক শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা মহাবিদ্যালয়ে অনুষ্ঠিত কৰে
  • বাৰ্ষিক পৰীক্ষা সাধাৰণতে মাৰ্চ /  এপ্ৰিল মাহত অনুষ্ঠিত হয়
  • ফলাফলটো মহাবিদ্যালয়ৰ ‘ ৱেবচাইট ’ আৰু নটিচ বোৰ্ডত পাব

প্ৰস্ততি পৰীক্ষাঃ-

  • প্ৰস্ততি পৰীক্ষাটো (২ য় বছৰৰ শেষত) গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰে
  • প্ৰস্ততি পৰীক্ষাটো সাধাৰণতে আগষ্ট মাহত অনুষ্ঠিত হয়
  • বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন, ফৰ্ম দাখিল আৰু পৰীক্ষাৰ সূচী গুৱাহাটী বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষই ঘোষণা কৰে।
  • এই তাৰিখ সমূহ মহাবিদ্যালয়ৰ ৱেবচাইট আৰু নটিচ বোৰ্ডত উপলব্ধ হ’ব
  • ফলাফলটো বিশ্ববিদ্যালয়ে ঘোষণা কৰিব
  • ফলাফলটো মহাবিদ্যালয়ৰ ৱেবচাইট আৰু নটিচ বোৰ্ডত উপলব্ধ হ’ব

বি.এফ.এ ১ ম খণ্ডৰ পৰীক্ষাঃ-

  • বি.এফ.এ ১ ম খণ্ডৰ পৰীক্ষা(৪ৰ্থ বছৰৰ শেষত)শেষত)গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰে ।
  • ম খণ্ডৰ পৰীক্ষাটো সাধাৰণতে ডিচেম্বৰ / জানুৱাৰী মাহত অনুষ্ঠিত হয়।
  • ফৰ্ম দাখিল আৰু পৰীক্ষা সূচী গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰে।
  • তাৰিখ বিলাক মহাবিদ্যালয়ৰ ৱেব চাইট আৰু নটিচ বোৰ্ডত উপলব্ধ হ’ব।
  • ফলাফলটো বিশ্ববিদ্যালয়ে ঘোষণা কৰিব
  • ফলাফলটো মহাবিদ্যালয়ৰ ৱেব চাইট আৰু নটিচ বোৰ্ডত উপলব্ধ হ’ব।

বি.এফ.এ ২ য় খণ্ডৰ পৰীক্ষাঃ-

  • বি.এফ.এ ২য় খণ্ডৰ পৰীক্ষা(৫ ম বছৰৰ শেষত) গুৱাহাটী বিশ্ববিদ্যালয়ে অনুস্থিত কৰে।
  • ২ য় খণ্ডৰ পৰীক্ষাটো সাধাৰণতে ডিচেম্বৰ/জানুৱাৰী মাহত অনুস্থিত হয়।
  • ফৰ্ম দাখিল আৰু পৰীক্ষা সূচী গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰে।
  • তাৰিখ বিলাক মহাবিদ্যালয়ৰ ৱেব চাইট আৰু নটিচ বোৰ্ডত উপলব্ধ হ’ব।
  • ফলাফলটো বিশ্ববিদ্যালয়ে ঘোষণা কৰিব
  • ফলাফলটো মহাবিদ্যালয়ৰ ৱেব চাইট আৰু নটিচ বোৰ্ডত উপলব্ধ হ’ব।

প্ৰৱেশিকা পৰীক্ষা আৰু ফলাফলঃ-

  • প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ আৰু প্ৰথম বাৰ্ষিকত এডমিচনৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল মহাবিদ্যালয়ৰ বেৱচাইটত ঘোষণা কৰা হ’ব আৰু ৰাজ্যৰ প্ৰধান বাতৰি কাকত সমূহত জাননী দিয়া হ’ব।
  • প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল/নিৰ্বাচিত প্ৰাৰ্থী সকলৰ তালিকা পৰৱৰ্ত্তী সময়ত মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু মহাবিদ্যালয়ৰ ৱেব চাইটত প্ৰকাশ কৰা হ’ব।