অনুস্থিত হোৱা প্ৰধান কৰ্মশালা শিবিৰ
- ৰিজনেল প্ৰিন্ট মেকিং কেম্প(লিথোগ্ৰাফ)ঃ- ৪ ৰ পৰা ১৩ ডিচেম্বৰ, ’০৪
- ৰিজনেল গ্ৰাফিককেম্পঃ- ২২ ৰ পৰা ২৬ মাৰ্চ, ’১৩
সভা
- সময়ে সময়ে বিশেষ সভা/বক্তৃতানুস্থান অনুস্থিত কৰা হয়।
হ'বলগীয়া সভা / কৰ্মশালাঃ-
- চাৰু কাৰু কলা চৰকাৰী মহাবিদ্যালয়ৰ ভাস্কৰ্য্য বিভাগত ২০১৭ চনৰ অক্তোবৰ- ডিচেম্বৰ মাহত পৰীক্ষামূলক ভাৱে ধোক্ৰা / ধোক্ৰা সাঁচৰ ওপৰত এখন কৰ্মশালা অনুস্থিত হ’ব।
- তাৰিখ ঠিক হোৱাৰ লগে লগে সঠিক সূচী আৰু বিশদ বিৱৰণ সমূহ ‘ আপলোড’ কৰা হ’ব।